Luitar Parore Aami Deka Lora(লুইতৰ পাৰৰে আমি ডেকা লৰা মৰিবলে ভয় নাই) of Jyoti Prasad Agarwala || Jyoti Sangeet
------------------------------------------------------------------ Lyrics of the song Luitar Parore Aami Deka Lora Moribole Bhoi Nai Lyrics:- Rupkonwar Jyoti Prasad Agarwala Category:- Jyoti Sangeet Song Language:- Assamese Lyrics Language:- Assamese Singer:- Bhupen Hazarika and several others -------------------------------------------------------------------- Read this Lyrics in English ( লুইতৰ পাৰৰে আমি ডেকা লৰা মৰিবলে ভয় নাই ) 3X ( মুকুতি মেধাৰ মহান মেজিৰ ) 2X নেজাল ফিৰিঙতি চাই পুৰোহিটো যদি থিতাতে আঁতৰি ত্ৰাশতে মূর্ছা যায় ( আমি আগবাঢ়ি ডিঙি পাতি পাতি ) 2X তেজেৰে বলিশাল যামে বুলাই ( লুইতৰ পাৰৰে আমি ডেকা লৰা মৰিবলে ভয় নাই ) 2X তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননী তোক লঘূ লাঞ্চনা দুখে বেজাৰৰ আজিও নপৰেও ওৰ পুৰুষ শ পুৰুষ পুৰুষে সহিলেও আমাৰ নসহে গা ( আমি ডেকা লৰাই জীৱন পন কৰি যে ) 2X মোহাৰ চকুলো কলিজাৰ আই ( লুইতৰ পাৰৰে আমি ড...