মোৰ কবিতাৰ ছন্দ লাগি song lyrics of Kolaguru Bishnu Prasad Rabha || Mor Kobitar Chanda Lagi || Rabha Sangeet
------------------------------------------------------------------ Lyrics of the song Mor Kobitar Chanda Lagi Lyrics:- Kolaguru Bishnu Prasad Rabha Category:- Rabha Sangeet Song Language:- Assamese Lyrics Language:- English -------------------------------------------------------------------- Read this lyrics in English মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে? তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে? তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ সপোন ভাগেনে? ( নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে ) 2X সেই উলাহত হৰ্ষ লাগি হিয়াত নাচোন উঠেনে? হিয়াত নাচোন উঠেনে? কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে? তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? ( ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাঁহী ম...